December 20, 2025 6:24 PM

views 22

বৰঝাৰ বিমান বন্দৰত অসমৰ বৰ্ণাঢ্য সংস্কৃতি প্রদর্শনেৰে প্ৰধানমন্ত্ৰীক আদৰণি

বিমান বন্দৰত অৱতৰণ কৰাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে আদৰণি জনোৱা হয়। প্রধানমন্ত্রী মোদীয়ে আজি বিমানবন্দৰতে অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী লোকপ্রিয় গোপীনাথ বৰদলৈৰ ৮০ ফুট উচ্চতাৰ এটা প্রতিমূর্তি উন্মোচন কৰে। এই কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্য উপস্থিত থাকে। ইয়াৰ পাছতে তেওঁ টার্মিনেল ভৱনৰ বাহিৰত এখন জনসভাত ভাগ লয়। প্রধানমন্ত্রীয়ে কিছুসময় পাছতে সৰুসজাইৰ পৰা বশিষ্ঠৰ ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়লৈ হ'বলগীয়া বৃহৎ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকৰ্তা...

December 20, 2025 6:19 PM

views 25

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনির্মিত বাঁহ অর্কিড টার্মিনেল ভৱন উদ্বোধন প্রধানমন্ত্রী

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী কিছুসময় পূর্বে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নৱনির্মিত বাঁহ অর্কিড টার্মিনেল ভবন উদ্বোধন কৰে। ৪ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে এই নতুন টার্মিনেল ভৱনটো নির্মাণ কৰা হৈছে। প্রায় এক লাখ ৪০ হাজাৰ বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টার্মিনেলটো বছৰি এক কোটি ৩০ লাখ যাত্রীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বাঁহ আৰু অর্কিড বিষয়বস্তুৰে নিৰ্মাণ কৰা এই টার্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্যক প্রতিফলিত কৰিছে। প্রধানমন্ত্র...