September 9, 2026 8:29 PM

views 5

কেন্দ্ৰীয় মন্ত্রীসভাৰ সিদ্ধান্তত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সন্তুষ্টি

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্রীসভাৰ সিদ্ধান্তই যাত্ৰীৰ খৰতকীয়া যাতায়ত, শক্তিশালী যোগাযোগ ব্যৱস্থা আৰু অতিৰিক্ত সামগ্ৰী পৰিবহন ক্ষমতা বৃদ্ধি কৰিব বুলি প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে প্রধানমন্ত্ৰীগৰাকীয়ে ১০ হাজাৰ কোটি টকাতকৈ অধিক ব্যয়সাপেক্ষ পাঁচটা ৰে'ল প্রকল্পই দক্ষিণ ভাৰতত উন্নত ৰে'ল যোগাযোগ গঢ়ি তুলি লাখ লাখ লোকক উপকৃত কৰিব বুলি জানিবলৈ দিয়ে।