October 10, 2026 12:30 PM

views 3

যুৱ প্রজন্মক ক্রমাগতভাবে দক্ষতা বিকাশৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে যুৱ প্রজন্মক ক্রমাগতভাবে তেওঁলোকক দক্ষতা বিকাশৰ বাবে আহ্বান জনোৱাৰ লগতে প্রযুক্তিগত বিকাশৰ সৈতে ফেৰ মাৰি চলিবলৈ আহ্বান জনাইছে। নতুন দিল্লীত কালি অনুষ্ঠিত বর্ল্ড স্কিলছ ছাংহাই ২০২৬ত অংশগ্ৰহণ কৰা ভাৰতীয় দলটোৰ সদস্যসকলৰ সৈতে বাৰ্তালাপ কৰে। এনে এখন গোলকীয় মঞ্চত দেশক প্রতিনিধিত্ব কৰি অংশগ্ৰহণ কৰা ভাৰতীয় দলটোক অভিনন্দন জনায় প্রধানমন্ত্রী শ্রী মোদীয়ে কয়, যে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰয়োজনীয়তা অনুসৰি যুৱ প্ৰজন্মই নিজৰ দক্ষতা বিকাশ কৰা উচিত। তেওঁ লগতে এই মঞ্চত অংশগ্ৰহণৰ অভিজ্ঞত...