December 18, 2025 7:45 PM

views 31

প্রধানমন্ত্রীক আজি ওমানৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অফ ওমান প্ৰদান

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক আজি ওমানৰ মাস্কাটৰ ৰাজপ্রসাদত দেশখনৰ সৰ্বোচ্চ সন্মান অৰ্ডাৰ অফ ওমান প্ৰদান কৰা হয়। ওমানৰ ছুলতান হেইথম বিন টাৰিকে ভাৰত আৰু ওমানৰ মাজৰ সম্পৰ্কক শক্তিশালী কৰাৰ বাবে দূৰদৃষ্টি সম্পন্ন নেতা নৰেন্দ্ৰ মোদীক এই সন্মান প্রদান কৰে। উল্লেখযোগ্য যে, ওমান ভ্রমণৰত প্রধানমন্ত্রী নবেন্দ্র মোদীৰ এই সময়ছোৱাতে দুয়োখন দেশৰ কূটনৈতিক সম্পর্কই ৭০ বছৰ সম্পূৰ্ণ কৰিছে। ভাৰত আৰু ওমানৰ মাজৰ ঘনিষ্ঠ সম্পর্ক আৰু দুয়ো দেশৰ জনসাধাৰণৰ নামত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে এই সন্মান উৎসৰ্গা কৰা বুলি প্রক...

December 17, 2025 11:40 AM

views 26

তিনিখনীয়া দেশ ভ্রমণৰ অন্তিম পর্যায়ত প্রধানমন্ত্রী আজি ওমানত উপস্থিত হ’ব

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি বিয়লি তিনিখনীয়া দেশ ভ্রমণৰ অন্তিম পর্যায়ত ওমানত উপস্থিত হ'ব। ওমানৰ মুৰববী স্থূলতান হাইথাম বিন তাৰিকৰ আমন্ত্রণমৰ্মে প্ৰধানমন্ত্ৰীগৰাকী দেশখনলৈ যাব। ভ্রমণকালত প্ৰধানমন্ত্ৰীগৰাকীক এটা উচ্চ পর্যায়ৰ প্রতিনিধি দলে সংগ দিক। এই দুদিনীয়া ভ্রমণত উভয় দেশে সর্বাত্মক অর্থনৈতিক সহযোগিতা চুক্তিত স্বাক্ষৰ কৰাৰ আশা কৰা হৈছে। আকাশবাণীৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত দেশখনত থকা ভাৰতৰ ৰাষ্ট্রদূত জি ভি শ্রীনিবাসে কয়, যে এই ভ্রমণকালত অন্যান্য ভালেকেইখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হোৱাৰ ক...