December 30, 2025 9:57 AM

views 64

আগশাৰীৰ অর্থনীতিবিদ আৰু বিশেষজ্ঞসকলৰ সৈতে নীটি আয়োগৰ বৈঠকত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আগশাৰীৰ অর্থনীতিবিদ আৰু বিশেষজ্ঞৰ সৈতে নীটি আয়োগৰ এখন বৈঠকত মিলিত হ'ব। বিত্তমন্ত্রী নির্মলা সীতাৰমণেও বিস্তৃত অর্থনৈতিক বিষয়ত গুৰুত্ব দিয়াৰ সম্ভাৱনা থকা এই বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকখনে দেশৰ বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতি আৰু ভৱিষ্যতৰ অগ্ৰাধিকাৰ সন্দৰ্ভত বিশেষজ্ঞসকলৰ মতামত আৰু মূল্যায়ন ভাগ-বতৰা কৰাৰ মঞ্চ হিচাপে কাম কৰাৰ সম্ভাৱনা আছে। শ্রীমোদীয়ে বৈঠকত সমাগত কেন্দ্রীয় বাজেট সন্দৰ্ভত অর্থনীতিবিদসকলৰ পৰামৰ্শ আৰু দৃষ্টিভংগী গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। অর্থনৈতিক...