March 1, 2025 12:27 PM

views 30

নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি দুপৰীয়া নতুন দিল্লীত কৃষি আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত আয়োজিত এখন দিনজোৰা বাজেটোত্তৰ ৱেবিনাৰত ভার্চুৱেল ব্যৱস্থাৰে ভাষণ দিব। এই অনুষ্ঠানত সকলো কেন্দ্রীয় মন্ত্ৰীয়ে অংশগ্রহণ কৰিব। ২০২৫ বৰ্ষৰ বাজেটত ঘোষণা কৰা সিদ্ধান্তসমূহ ফলপ্রসূভাৱে ৰূপায়ণ কৰাৰ অর্থে অংশীদাৰসকলক জড়িত কৰাৰ লক্ষ্যৰে এই ৱেবিনাৰত আলোচনা কৰা হ'ব। কৃষি খণ্ডৰ বিকাশ আৰু গ্ৰাম্য সমৃদ্ধি সন্দৰ্ভত বাজেটত নিৰ্ধাৰণ কৰা এই লক্ষ্যত সহযোগিতাৰে উপনীত হোৱাতো নিশ্চিত কৰাৰ ক্ষেত্ৰত এই বেবিনাৰত বিশেষ গুৰুত্ব আ...