July 26, 2026 9:26 PM

views 4

NTAঅধীনৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন কার্যবাহিনী গঠন কৰিবলৈ নির্দেশ দিয়া হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্ৰকাশ

ৰাষ্ট্রীয় পৰীক্ষণ সংস্থাৰ অধীনৰ প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে উচ্চ ক্ষমতাসম্পন্ন কার্যবাহিনী গঠন কৰিবলৈ নির্দেশ দিয়া হৈছে বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কবিছে। প্রযুক্তি বিশেষজ্ঞ নন্দন নীলেকানীৰ নেতৃত্বত এই কার্যবাহিনীয়ে পৰীক্ষা ব্যৱস্থা স্বচ্ছ, সুৰক্ষিত আৰু প্রযুক্তিভিত্তিক কৰিবলৈ কার্যপন্থা হাতত ল'ব। এই গোটত আছে ইছৰোৰ প্রাক্তন অধ্যক্ষ এছ সোমনাথ, আই বিৰ প্রাক্তন সঞ্চালক তপন ডেকা, আই আই টি চেন্নাইৰ সঞ্চালক ভি কামাকটি, প্রাক্তন শিক্ষা সচিব অনিতা কাড়ৱাল আৰু লজিষ্টিক ...