August 31, 2025 10:37 AM

views 30

ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চীনৰ তিয়ানজিনত উপস্থিত

চীনৰ তিয়ানজিনত আজিৰে পৰা ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰ প্ৰধানসকলৰ ২৫ সংখ্যক শীৰ্ষ সন্মিলন অনুষ্ঠিত হ'ব। এই সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দশ্যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কালি তিয়ানজিনত উপস্থিত হয়। এই দুদিনীয়া সন্মিলনত বিগত ২৫ বছৰত সংস্থাৰ সাফল্যৰ পৰ্যলোচনা কৰা হ'ব আৰু এটা ১০ বছৰীয়া উন্নয়ন আঁচনি প্ৰস্তুত কৰা হ'ব। চীনৰ ৰাষ্ট্ৰপতি চি জিন পিঙে অধ্যক্ষতা কৰিবলগীয়া এই সন্মিলনত ২০ গৰাকীৰো অধিক ৰাষ্ট্ৰ নেতা আৰু আন্তৰ্জাতিক সংস্থাসমূহৰ ১০ গৰাকী নেতাই অংশগ্ৰহণ কৰাৰ আশা আছে। সন্মিলনখনত সংস্থাৰ সদস্য ...