November 16, 2026 9:58 AM

views 3

দুদিনীয়া ভ্রমণসূচীৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ফিলিপাইনছ ভ্ৰমণ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্রমণসূচীৰে ফিলিপাইনছলৈ যাব। এই ভ্রমণকালত প্রধানমন্ত্রীয়ে মেনিলাত হ'বলগীয়া ২৩ সংখ্যক আছিয়ান ভাৰত শীর্ষ সম্মিলন আৰু ২১ সংখ্যক পূব এছিয়া শীর্ষ সন্মিলনত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে ফিলিপাইনছৰ লগতে আছিয়ানৰ আন সদস্য-ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পর্ক অধিক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰিব। ভাৰত আছিয়ান সম্পর্ক হৈছে ভাৰতৰ এক্ট ইষ্ট নীতি আৰু ভাৰত-প্রশান্ত মহাসাগৰীয় দৰ্শনৰ দিশত এটা মুখ্য স্তম্ভ। আছিয়ান-ভাৰতৰ সামুদ্রিক সহযোগিতাৰ বৰ্ষ উদযাপনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ এই ভ্...