December 25, 2024 8:30 PM

views 98

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা খাজুৰাহোত দেশৰ প্ৰথমটো অভিলাসী তথা বহুমুখী কেন-বেটৱা নদী আন্তঃসংযোগ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবৰ্ষৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্য প্ৰদেশৰ বিভিন্ন স্থানত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে শ্রীমোদীয়ে খাজুৰাহোত ৪৪,৬০৫ কোটি টকা ব্যয়সাপেক্ষ দেশৰ প্ৰথমটো অভিলাসী তথা বহুমুখী কেন-বেটৱা নদী আন্তঃসংযোগ ৰাষ্ট্ৰীয় প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰে নৱৈ শতাংশ কেন্দ্ৰীয় চৰকাৰে আৰু ১০ শতাংশ ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব । এই প্ৰকল্পটোৱে ৮ লাখ হেক্টৰ ভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰিব। ইয়াৰ দ...

December 25, 2024 6:31 PM

views 91

সুশাসন দিৱসৰ লগত সংগতি ৰাখি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মধ্যপ্ৰদেশৰ খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

প্রাক্তন প্রধানমন্ত্রী প্রয়াত অটল বিহাৰী বাজপেয়ীৰ জন্ম শতবার্ষিকীৰ লগত সংগতি ৰাখি আজি সমগ্ৰ দেশত সু-শাসন দিৱস পালন কৰা হৈছে। এই উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশ ভ্ৰমণ কৰি খাজুৰাহোত একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত কেন-বেট্ৰা নদী আন্তঃ সংযোগ ৰাষ্ট্ৰীয় প্রকল্প অন্যতম। এই প্ৰকল্পৰ জৰিয়তে মধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ বিভিন্ন জিলাত জলসিঞ্চনৰ সুবিধা গঢ়ি তোলা হ'ব আৰু ইয়াৰ দ্বাৰা ৰাজ্য দুখনৰ লাখ লাখ কৃষক পৰিয়াল উপকৃত হ'ব। এই প্ৰকল্পৰ জৰিয়তে অঞ্চলটোৰ ...