September 15, 2025 8:33 PM

views 25

বিহাৰৰ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ পুৰ্ণিয়া জিলাৰ পৰা ৪০ হাজাৰ কোটি টকাৰো অধিক ব্যয়েৰে ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। পুৰ্ণিয়া জিলাৰ গোলাপবাগত আয়োজিত এখন ৰাজহুৱা সভাত ভাষণ দি প্রধানমন্ত্ৰীগৰাকীয়ে কয় যে বিহাৰৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান সহজ কৰাৰ বাবে দ্বৈত ইঞ্জিন চৰকাৰে একেৰাহে কাম কৰি আছে। প্রধানমন্ত্ৰী মোদীয়ে নতুনকৈ নিৰ্মাণ কৰা পুৰ্ণিয়া বিমানবন্দৰটো মুকলি কৰে। এই বিমান বন্দৰটোৰ পৰা ঘৰুৱা বিমান সেৱা আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি কৈছে যে...