June 29, 2024 9:16 PM

views 65

অমৰনাথ গুহা দৰ্শনৰ অৰ্থে বার্ষিক তীর্থ যাত্ৰা আৰম্ভ, প্ৰধানমন্ত্ৰী-গৃহমন্ত্ৰীৰ শুভেচ্ছা

কাশ্মীৰ উপত্যকাৰ হিমালয়ৰ ওপৰভাগত অৱস্থিত পৱিত্ৰ অমৰনাথ গুহা দৰ্শনৰ অৰ্থে বার্ষিক তীর্থ যাত্ৰা আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰে। ১৯ আগষ্টত শাৱন্ত পূৰ্ণিমাৰ দিনা ৫২ দিনীয়া এই যাত্ৰাৰ সামৰণি পৰিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে পৱিত্ৰ অমৰনাথ যাত্ৰা আৰম্ভৰ এই ক্ষণত তীর্থযাত্ৰীসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যমযোগে কৈছে যে, বাবা বৰ্ফানিৰ দৰ্শন আৰু পূজা-অৰ্চনাৰ সৈতে জড়িত এই যাত্ৰাই ভগৱান শিৱৰ ভক্তসকলৰ মাজত অসীম শক্তিৰ সঞ্চাৰ কৰে। তেওঁ লগ...