December 19, 2025 12:30 PM

views 36

নতুন দিল্লীত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসাবিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আয়োজিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা বিষয়ক দ্বিতীয় গোলকীয় শীৰ্ষ সন্মিলনৰ সামৰণী অনুষ্ঠানত ভাষণ দিব। অনুষ্ঠানত প্রধানমন্ত্ৰীয়ে আয়ুষ ক্ষেত্ৰৰ বাবে প্ৰধান ডিজিটেল পোৰ্টেল, মাই আয়ুষ সংহত সেৱা পোৰ্টেলসহ কেইবাটাও গুৰুত্বপূৰ্ণ উদ্যম মুকলি কৰিব। তেওঁ লগতে আয়ুষ চিহ্ন উন্মোচন কৰিব। ইয়াৰ জৰিয়তে আয়ুষ সামগ্ৰী আৰু গুণগত সেৱাৰ গোলকীয় মান হিচাপে এই চিহ্নৰ পৰিকল্পনা কৰা হৈছে। অনুষ্ঠানত শ্ৰীমোদীয়ে যোগ প্রশিক্ষণ সন্দৰ্ভত বিশ্বস্বাস্থ্য সংস্থা...