June 12, 2025 8:57 PM

views 55

জি-৭ শীৰ্ষ সন্মিলনৰ আপাহতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্ণিৰ মাজত মত-বিনিময় কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্ণিৰ মাজত জি-৭ শীৰ্ষ সন্মিলনৰ আপাহতে হ'বলগীয়া বৈঠকে দ্বিপাক্ষিক আৰু গোলকীয় বিষয় লৈ মত-বিনিময়ৰ সুযোগ প্ৰদান কৰিব বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে কানাডালৈ যাবলগীয়া প্রধানমন্ত্ৰীৰ আসন্ন ভ্রমণ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্র ৰণধীৰ জয়ছৱালে কয় যে শ্রীমোদীয়ে কানাডাৰ প্ৰধানমন্ত্ৰীৰ পৰা যোৱা সপ্তাহত জি-৭ শীর্ষ সন্মিলনলৈ আমন্ত্ৰণ লাভ কৰ...

June 7, 2025 10:09 AM

views 56

কানাডাত হ’বলগীয়া জি-ছেভেন সন্মিলনত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চলিত মাহত কানাডাৰ কানানাস্কিসত হ'বলগীয়া জি-ছেভেন সন্মিলনত উপস্থিত থাকিব। কালি কানাডাৰ প্ৰধানমন্ত্রী মার্ক কাৰ্নেৰ সৈতে প্ৰধানমন্ত্রী শ্রী মোদীয়ে এই সংক্ৰান্তত টেলিফোনিক বাৰ্তালাপ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কানাডাৰ শেহতীয়া নিৰ্বাচনত মার্ক কার্নেই বিজয় লাভ কৰা বাবে শুভেচ্ছা জনোৱাৰ লগতে কানানাস্কিসত হ'বলগীয়া জি-ছেভেন সন্মিলনত আমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, যে ভাৰত আৰু কানাডাই পৰস্পৰ স্বাৰ্থজড়িত বিষয়সমূহত...