August 1, 2025 9:17 PM

views 45

প্রধানমন্ত্ৰী মোদীয়ে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসী ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসী ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ প্ৰায় দুহেজাৰ ২০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। সমষ্টিটো ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে এখন জনসভাতো ভাষণ দিব। এই অনুষ্ঠানতেই শ্রীমোদীয়ে প্রধানমন্ত্রী কিষাণ সম্মান নিধি আঁচনিৰ অধীনৰ কুৰি সংখ্যক কিস্তিৰ ধন আনুষ্ঠানিকভাৱে মুকলি কৰি দিব। এই ব্যৱস্থাৰ জৰিয়তে প্রায় ২০ হাজাৰ ৫০০ কোটি টকা কৃষকসকলৰ বেংক একাউণ্টলৈ মোকলাই দিয়া হ'ব আৰু ইয়াৰ ফলত দে...

October 20, 2024 7:55 PM

views 65

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বাৰা বাৰাণসীত ৬,৭০০ কোটি টকাৰ ২৩ টা বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু মুকলি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেওঁৰ সংসদীয় সমষ্টি বাৰাণসীত হোৱা ৬,৭০০ কোটি টকাৰ ২৩ টা বহুমুখী উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কিছুসংখ্যক প্ৰকল্প মুকলিও কৰে। সংযোগ ব্যৱস্থা উন্নত কৰিবলৈ তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক শক্তিশালী কৰি শ্ৰীমোদীয়ে উত্তৰ প্ৰদেশৰ চৰ্চৱা বিমানবন্দৰ, চত্তিশগড়ৰ অম্বিকাপুৰত মা মহামায়া বিমানবন্দৰ আৰু মধ্য প্ৰদেশৰ ৰেৱা বিমান বন্দৰৰ নতুন আগমন প্রস্থান ভৱন মুকলি কৰে। এই বিমান বন্দৰসমূহত এতিয়া বার্ষিকভাৱে ২ কোটি ৩০ লাখতকৈও অধিক যাত্রী আহ-যাহ কৰিব পাৰিব। ...