December 25, 2025 7:49 PM

views 54

কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে কঠোৰভাৱে পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ

কেন্দ্ৰীয় চৰকাৰে বিগত ১১ বছৰত সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ উন্নয়নৰ বাবে আৰু তেওঁলোকক প্ৰকৃত শাসন তথা ধৰ্মনিৰপেক্ষতাৰ নীতি অনুযায়ী কোনো ধৰণৰ বৈষম্য অবিহনে বিভিন্ন আঁচনিৰ লাভ প্ৰদানৰ বাবে কঠোৰ পৰিশ্ৰম কৰি আহিছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰাক্তন প্রধানমন্ত্ৰী ভাৰত ৰত্নৰে বিভূষিত অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জন্ম বার্ষিকী উপলক্ষে আজি উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰি প্রধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে চৰকাৰী আঁচনিসমূহৰ প্ৰসাৰেই বৰ্তমান...