February 16, 2025 9:03 PM

views 91

ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়ঃ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে ভাৰতৰ সাংস্কৃতিক বিচিত্ৰতা দেশখনৰ বিভিন্ন প্ৰান্তৰ বস্ত্ৰত প্ৰতিফলিত হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি ভাৰত টেক্স-২০২৫ অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি শ্ৰীমোদীয়ে কয়, যে ফার্ম অর্থাৎ পাম, ফাইবাৰ অৰ্থাৎ সূতা, ফেব্রিক অর্থাৎ বস্ত্র, ফেচন অৰ্থাৎ শৈলী আৰু ফৰেইন অর্থাৎ বিদেশৰ দৃষ্টিভংগী সম্প্ৰতি অভিযানত পৰিণত হৈছে। ইয়াৰ জৰিয়তে ভাৰতৰ বিকাশ বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হোৱা বুলি তেওঁ মত প্ৰকাশ কৰে। বস্ত্ৰ তথা কাপোৰ ৰপ্তানি কৰাৰ ক্ষেত্ৰত দেশে ষষ্ঠ স্থানলৈ ...