December 28, 2025 10:24 AM

views 32

মুখ্যসচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ যোগেৰে গাঁথনিগত দিশ আৰু আলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উন্নয়নত অগ্ৰাধিকাৰ দি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্য লোৱা বুলি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত মুখ্যসচিবসকলৰ ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিব। শ্রীমোদীয়ে কালি এই সন্মিলনৰ এখন বৈঠকত অধ্যক্ষতা কৰিছিল। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীমোদীয়ে কয় যে সন্মিলনৰ সময়ছোৱাত তেওঁ প্ৰশাসন আৰু সংস্কাৰ বিষয়ক কেইবাখনো অন্তদৃষ্টি সম্পন্ন আলোচনাত অংশগ্রহণ কৰে। তিনিদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলন যোৱা শুকুৰবাৰে আৰম্ভ হৈছিল। সন্মিলনৰ যোগেৰে গাঁথনিগত দিশ আৰু আলোচনাৰ মাধ্যমেৰে ৰাষ্ট্ৰৰ উন্নয়নৰ বিষয়ত অগ্ৰাধিকাৰ দি কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত অংশীদাৰিত্ব শ...