June 15, 2025 8:39 PM

views 37

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত চাইপ্ৰাছত উপস্থিত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাইপ্ৰাছ, কানাডা আৰু ক্ৰয়েছিয়া ভ্ৰমণৰ প্ৰথম পৰ্যায়ত আজি চাইপ্ৰাছত উপস্থিত হৈছে। চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোজ খ্রিষ্ট ডৌলিডেছে শ্রীমোদীক লানাকা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত আদৰণি জনায়। দুয়োগৰাকী নেতাই লেমেচচত দুয়োখন দেশৰ উদ্যমীসকলৰ সৈতে বিশেষ বৈঠকত অংশগ্ৰহণ কৰিব। দেশখনত থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকল তথা স্থানীয় বাসিন্দাসকলে প্রধানমন্ত্ৰী মোদী আদৰণি জনাবলৈ আগ্ৰহেৰে ৰৈ থকা পৰিলক্ষিত হৈছে। শিক্ষার্থী, বৃত্তিধাৰী তথা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলে প্রধানমন্ত্ৰী মোদীৰ ...