January 15, 2026 7:19 PM

views 52

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰহিলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। সেইদিনা বিয়লি প্রধানমন্ত্রীয়ে গুৱাহাটীত প্ৰায় ১০ হাজাৰ শিল্পীয়ে পৰিৱেশন কৰিবলগীয়া বাগৰুম্বা নৃত্য উপভোগ কৰিব। এই অনুষ্ঠানৰ বাবে যাৱতীয় প্ৰস্তুতি চলি আছে। বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে এই নৃত্য পৰিৱেশন কৰিবলগীয়া শিল্পীসকল গুৱাহাটী অভিমুখে ৰাওনা হৈছে। অসমৰ চহকী ঐতিহ্য বড়োসকলৰ বাগৰুম্বা নৃত্যৰ বিশ্বজুৰি প্ৰসাৰৰ অৰ্থে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি এখন সংবাদমেলত প্ৰকাশ কৰে । ব...

January 2, 2026 8:48 PM

views 56

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৭ জানুৱাৰীত দুদিনীয়া সূচীৰে অসম ভ্ৰমণ কৰিব। ৰাজ্য চৰকাৰৰ উদ্যোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ১৭ জানুৱাৰীৰ দিনা সৰুসজাই ষ্টেডিয়ামত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ প্ৰস্তুতি চলোৱা হৈছে। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই সৰুসজাই ষ্টেডিয়াম পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী উপস্থিত থাকিবলগীয়া অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয়। সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই জনোৱা অনুসৰি সেইদিনা বাগৰুম্বাৰ নৃত্যত ২৩ খন জিলাৰ ১০ হাজাৰৰো অধি...

December 6, 2025 7:34 PM

views 49

প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি প্রশাসনিক বিষয়াসকলৰ সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ

অহা ২১ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অভিজিত দিলীপ গৌৰৱকে ধৰি জ্যেষ্ঠ চৰকাৰী তথা প্রশাসনিক বিষয়াসকলে সুৰক্ষাজনিত সকলো বিষয়ৰ লগতে অন্যান্য প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্রী শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড়ৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নামৰূপত অসম ভেলী ফার্টিলাইজাৰ্ছ এণ্ড কেমিকেল কোম্পানী লিমিটেডৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ এই উপলক্ষে আয়োজিত এখন ৰ...

December 5, 2025 12:22 PM

views 62

দুদিনীয়া ভ্রমণসূচীৰে ২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদী অসমলৈ আহিব

■ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ২০ ডিচেম্বৰত দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। প্রধানমন্ত্ৰীয়ে এই ভ্রমণকালত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টার্মিনেল ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে গুৱাহাটীত এখন জনসভাত অংশগ্রহণ কৰিব। শ্রীমোদীয়ে ২১ ডিচেম্বৰত ডিব্ৰুগড় জিলাৰ নামৰূপত স্থাপন হ'বলগীয়া এম’নিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰায় ১১ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে নি...

September 14, 2025 8:17 PM

views 49

ভোকেল ফৰ লোকেলৰ ব্ৰেণ্ড এম্বেছেদৰ হ’বলৈ আৰু স্বদেশী উৎপাদনৰ ওপৰত গৌৰৱবোধ কৰিবলৈ সকলোকে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ১৮৫৩০ কোটি টকা ব্যয় সাপেক্ষে অসমৰ প্ৰধান আন্তঃগাথনি আৰু উদ্যোগিক বিকাশৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। দৰং জিলাৰ মঙলদৈত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রীয়ে কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্রুতভাৱে বিকশিত এখন দেশ আৰু অসম দেশৰ ভিতৰতে দ্রুত গতিত বৃদ্ধি পোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে। শ্ৰীমোদীয়ে কয় যে দেশে বিকশিত ভাৰত নিৰ্মাণৰ বাবে একত্ৰিত হৈ আগবাঢ়িছে আৰু এই সংকল্প প্ৰাপ্তিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ভূমিকা আছে। তেওঁ কয় যে একবিং...

September 7, 2025 12:06 PM

views 63

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ মুৰববীৰ গুৰুত্বপূৰ্ণ বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনী এন এছ জিৰ মুৰব্বী ভৃগু শ্ৰীনিবাসন আৰু ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এৰ মুৰববী সদানন্দ ডেটে কালি গুৱাহাটীত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই বৈঠকত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙো উপস্থিত থাকে। আছাম ৰাইফলছ আৰু চি আৰ পি এফৰ শীৰ্ষ বিষয়াসকলে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত ভাগ লয়। বৈঠকত প্রধানমন্ত্ৰীৰ মণিপুৰ ভ্ৰমণৰ সময়ত যাতে কোনো উগ্ৰপন্থীয়ে কূটাঘাট বা হিংসাত্মক পৰিস্থিতিৰ...

June 3, 2025 7:14 PM

views 71

প্রধানমন্ত্ৰী মোদীৰ দৰং জিলা ভ্ৰমণ সন্দৰ্ভত মঙলদৈত চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ দিলীপ শ‍ইকীয়াৰ পর্যালোচনা বৈঠকত

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ছেপ্তেম্বৰ মাহৰ প্ৰস্তাৱিত দৰং জিলা ভ্ৰমণ সন্দৰ্ভত ৰাজ্যৰ পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শ‍ইকীয়াই কালি মঙলদৈত এখন পর্যালোচনা বৈঠকত মিলিত হয়। এই বৈঠকত অহা ৮ ছেপ্তেম্বৰত কুৰুৱা-নাৰেংগী দলং আৰু গুৱাহাটী ৰিং ৰোডৰ আধাৰশিলা স্থাপন উপলক্ষে প্রধানমন্ত্ৰীৰ কাৰ্যসূচী সম্পৰ্কত আলোচনা কৰা হয়। এই সভাৰ স্থান নিৰ্ধাৰণ কৰাৰ বাবে এখন সমিতি গঠন কৰিবলৈকো কালিৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। একেখন বৈঠকতে দৰং জিলাত বান পৰিস্থিতিৰ সন্মুখীন হ'ব প...

February 20, 2025 8:52 PM

views 65

২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব প্রধানমন্ত্ৰী মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণ আৰু ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীত উপস্থিত হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত এইকথা প্ৰকাশ কৰি কয়, যে প্রধানমন্ত্ৰীগৰাকীয়ে ২৫ ফেব্ৰুৱাৰীত বিনিয়োগ সন্মিলনখন উদ্বোধন কৰিব। প্রধানমন্ত্ৰীয়ে ২৪ ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত হ'বলগীয়া ঝুমইৰ বিনন্দিনী অনুষ্ঠানত ঝুমুৰ নৃত্য উপভোগ কৰাৰ পাছত সেইদিনাই তেওঁ দুখন জনগোষ্ঠীয় প্রদর্শনীত উপস্থিত থাকিব বুলি মুখ্যমন...