February 5, 2025 7:48 PM

views 19

মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত পৱিত্ৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্নান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা দৰ্শন কৰি ত্ৰিবেণী সংগমত পৱিত্ৰ স্নান কৰে। তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ সৈতে নাৱেৰে যাত্ৰা কৰে। এই ভ্ৰমণৰ সময়ত শ্রীমোদীয়ে ত্রিবেণী সংগমত পূজা-অৰ্চনাও কৰে। তেওঁ লগতে মহাকুম্ভত সাধু-সন্ন্যাসীসকলৰ সৈতেও মত-বিনিময় কৰাৰ কথা ৷ দেশৰ আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিন্ন প্ৰান্তৰ তীৰ্থস্থানসমূহৰ আন্তঃগাঁথ...