September 12, 2026 4:56 PM

views 17

প্রধানমন্ত্রী ‘কিষাণ মান ধন যোজনা’ৰ ৭বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী কিষাণ মান ধন যোজনাই ৭বছৰ সম্পূৰ্ণ কৰে। ২০১৯ চনৰ ১১ ছেপ্তেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে ৬০ বছৰ বয়সৰ পৰা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক মাহিলি পেন্সন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে এই আঁচনিৰ অধীনত ৬০ বছৰ পাৰ কৰা কৃষকসকলক তিনি হাজাৰ টকাকৈ পেন্সন দি অহা হৈছে। ইয়াৰ জৰিয়তে খেতিয়কসকলে বৃদ্ধ বয়সত বিত্তীয় নিৰাপত্তাৰ লগতে সন্মানো লাভ কৰিছে।

September 12, 2026 11:03 AM

views 9

প্রধানমন্ত্রী কিষান মানধন যোজনাৰ সাত বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী কিষান মানধন যোজনাই সাত বছৰ সম্পূৰ্ণ কৰে। ২০১৯ চনৰ ১১ ছেপ্তেম্বৰত এই আঁচনি মুকলি কৰা হৈছিল। এই আঁচনিৰ জৰিয়তে ৬০ বছৰ বয়সৰ পৰা ক্ষুদ্ৰ আৰু উপান্ত খেতিয়কসকলক মাহিলি পেন্সন দিয়াৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মাহে এই আঁচনিৰ অধীনত ৬০ বছৰ পাৰ কৰা কৃষকসকলক তিনি হাজাৰ টকাকৈ পেন্সন দি অহা হৈছে। ইয়াৰ জৰিয়তে খেতিয়কসকলে বৃদ্ধ বয়সত বিত্তীয় নিৰাপত্তাৰ লগতে সন্মানো লাভ কৰিছে।