January 13, 2025 10:36 AM

views 25

জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ সোণামাৰ্গ সুৰংগ প্ৰকল্প উদ্বোধন কৰিব। এই সুৰংগটোৱে শ্ৰীনগৰ, সোণামাৰ্গ আৰু লেহৰ মাজত সকলো বতৰতে সুচল যাতায়াত স্থাপন কৰাত সহায় কৰিব । এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্রীয়ে নির্মাণকার্যত জড়িত শ্রমিকসকলক সাক্ষাৎ কৰি এই কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক স্বীকৃতি জনাব। দুহেজাৰ ৭০০ কোটিৰো অধিক টকা ব্যয় সাপেক্ষে ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সোণামাৰ্গ সুৰংগ প্ৰকল্প নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটোৱে সোণামাৰ্গৰ মূল সুৰংগ, সুৰংগৰ প্ৰস্থান পথ আৰু সুৰংগ...