October 29, 2026 9:09 PM
6
আয়ুষ্মান ৱয় বন্দনা যোজনাৰ আজি দুবছৰ সম্পূৰ্ণ
আয়ুষ্মান ৱয় বন্দনা যোজনাৰ আজি দুবছৰ সম্পূৰ্ণ হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৪ চনৰ অক্টোবৰ মাহত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্রী জন আৰোগ্য যোজনাৰ সুবিধাসমূহ আর্থ- সামাজিক অৱস্থা নিৰ্বিশেষে ৭০ বছৰ আৰু ৭০ বছৰ ঊৰ্ধৰ সকলো নাগৰিকলৈ সম্প্ৰসাৰণ কৰাৰ উদ্দেশ্যে এই আঁচনি আৰম্ভ কৰা হৈছিল। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে কৈছে, যে এই আঁচনিৰ লক্ষ্য হৈছে, প্রায় ৬ কোটি যোগ্য জ্যেষ্ঠ নাগৰিকক মৰ্য্যাদাপূৰ্ণ আৰু নগদবিহীন স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদান কৰা। এই আঁচনিৰ অধীনত ...