March 17, 2025 5:36 PM

views 46

প্ৰধানমন্ত্ৰীৰ সৈতে এগৰাকী জনপ্রিয় প’ডকাষ্টাৰৰ মত বিনিময়ৰ অনুষ্ঠান সামাজিক মাধ্যমত প্ৰচাৰ ড’নাল্ড ট্রাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে দেশখনৰ এগৰাকী জনপ্রিয় প’ডকাষ্টাৰৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়ৰ এটা অনুষ্ঠান সামাজিক মাধ্যমৰ নিজস্ব মঞ্চৰ জৰিয়তে প্ৰচাৰ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনপ্ৰিয় প’ডকাষ্টাৰ আৰু কম্পিউটাৰ বিজ্ঞানী লেক্স ফ্রিডমেনৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানটোত প্রধানমন্ত্রী মোদীয়ে প্ৰকাশ কৰা মন্তব্যক মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ ট্রুথ ছ'চিয়েল শীর্ষক মঞ্চত স্থান দিছে। এই সাক্ষাতকাৰৰ সময়ত শ্রীমোদীয়ে ৰাষ্ট্ৰপতিগৰাকীৰ উদ্যমী মনোভাৱ তথা আমেৰিকাৰ প্ৰতি থকা নি...

May 27, 2024 7:56 PM

views 49

আত্ম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ অন্যতম উদ্দেশ্য হৈছে স্থানীয় প্ৰতিভাসমূহক উদগণি যোগোৱাঃ প্ৰধানমন্ত্ৰী

প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কৈছে যে, আত্ম নিৰ্ভৰ ভাৰত দৃষ্টিভংগীৰ অন্যতম উদ্দেশ্য হৈছে স্থানীয় প্ৰতিভাসমূহক উদগণি যোগোৱা আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা। এটা সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত শ্ৰীমোদীয়ে কয় যে, প্রত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে ৩৮ লাখ কোটিৰো অধিক টকা জনসাধাৰণৰ একাউণ্টত হস্তান্তৰ কৰা হৈছে। ৰাজ্য প্ৰশাসনসমূহৰ তদন্তসমূহৰ ওপৰত আলোকপাত কৰি শ্ৰীমোদীয়ে কয় যে, চৰকাৰৰ লক্ষ্য শূন্য সহনশীলতা নীতিৰ ভিত্তিত আধাৰিত। তেওঁ লগতে কয় যে, চৰকাৰৰ প্ৰতিটো সিদ্...