September 13, 2025 8:10 PM

views 65

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি কিছুসময় পূর্বে খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। খেলপথাৰৰ অনুষ্ঠানস্থলীত পদাৰ্পন কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্রধানমন্ত্ৰীগৰাকীক মঞ্চলৈ আদৰি আনে। সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাৰ আদৰণি ভাষণেৰে অনুষ্ঠানৰ আৰম্ভণি হোৱাৰ পিছতে এহেজাৰ ২০০ গৰাকী শিল্পীয়ে বিশ্ববন্দিত শিল্পীগৰাকীৰ কণ্ঠৰ ১৪ টা গীতৰ বচা বচা অংশ সমস্বৰে প...