August 22, 2025 8:09 PM

views 30

বিহাৰৰ গয়াত ১২,০০০ কোটি টকাৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অপাৰেশ্যন সিন্দুৰে ভাৰতৰ সামৰিক কৌশলগত ৰণনীতিৰ ক্ষেত্ৰত নতুন ৰেখা অংকন কৰিবলৈ সক্ষম হৈছে। তেওঁ কয়, যে ভাৰতলৈ সন্ত্ৰাসবাদী পঠিওৱা অথবা ভাৰতক আক্ৰমণ কৰিবলৈ পৰিকল্পনা কৰা কোনো পক্ষই এতিয়াৰ পৰা সাৰি যাব নোৱাৰে। পৃথিৱীপৃষ্ঠৰ যিকোনো প্রান্ততে লুকাই থকা যিকোনো সন্ত্রাসবাদীকে ভাৰতীয় মিছাইলে বিচাৰি উলিয়াই তেওঁলোকক ধ্বংস কৰাৰ ক্ষমতা এতিয়া ভাৰতৰ আছে। বিহাৰৰ গয়াত আজি ১২ হাজাৰ কোটি টকা মূল্যৰ বহুকেইটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে এনেদৰে মন্তব্য আগব...

July 18, 2025 8:43 PM

views 21

বিহাৰৰ মতিহাৰীৰ গান্ধী মৈদানৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

বিহাৰৰ মতিহাৰীৰ গান্ধী মৈদানত আজি অনুষ্ঠিত হোৱা এখন সভাত ভাষণ দি প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, যে বৰ্তমানৰ চৰকাৰখন কেৱল পিছপৰা অঞ্চলসমূহেই নহয়, পিছপৰা শ্ৰেণীৰ লোকসকলৰ উন্নতিৰ হকে কাম কৰিবলৈ বদ্ধপৰিকৰ। তেওঁ লগতে কয়, যে বৰ্তমানৰ এন ডি এ চৰকাৰখনে দুখীয়া লোকসকলক আগবঢ়াই নিবলৈ বহুবোৰ কাৰ্যপন্থা গ্ৰহণ কৰিছে আৰু বৰ্তমান চলি থকা উন্নয়নমূলক আঁচনিসমূহে এই কথাকে প্রতিফলিত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে দেশৰ পিছপৰা ১০০খন জিলাৰ বাবে বৰ্তমানৰ চৰকাৰে কেইবাখনো আশাবাদী আঁচনি গ্ৰহণ কৰিছে ...