December 29, 2024 12:38 PM

views 27

দবা চেম্পিয়ন ডি গুকেশে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ

দবা চেম্পিয়ন ডি গুকেশে কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। এই সাক্ষাত্ৰ পাছত প্ৰধানমন্ত্রী মোদীয়ে সামাজিক মাধ্যম যোগে গুকেশৰ একাগ্ৰতা আৰু নিস্থাৰ শলাগ লৈ কয়, ে খেলুৱৈগৰাকীৰ আত্মবিশ্বাস সঁচাকৈ প্ৰেৰণাদায়ক । তেওঁ কয়, যে গুকেশে নিজা প্ৰচেষ্টাৰ বাবেই সবাতোকৈ কম বয়সৰ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। প্রধানমন্ত্রীয়ে কয়, যে গুকেশৰ সৈতে হোৱা কথোপকথনত যোগাভ্যাস আৰু ধ্যানৰ ৰূপান্তৰকাৰী সম্ভাৱনাৰ বিষয়টোৱে স্থান লাভ কৰে। খেলুৱৈগৰাকীৰ পিতৃ-মাতৃক তেওঁলোকৰ অভূতপূৰ্ব সমর্থনৰ ব...