July 24, 2026 7:18 PM

views 20

গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ উপ-ৰাষ্ট্ৰপতি, প্রধানমন্ত্ৰীৰ শুভেচ্ছা

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণে স্কটলেণ্ডৰ গ্লাছগ’ত অনুষ্ঠিত কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণণে এই প্রতিযোগিতাত ভাৰতীয় এথলিটসকলে দৃঢ়তা আৰু ক্ৰীড়াসুলভ মানসিকতাৰে অৱতীৰ্ণ হৈ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ খেলুৱৈসকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। শ্রী মোদীয়ে আজি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ভাৰতীয় এথলিটসকলে প্রতিযোগিতাত উৎসাহ...