January 23, 2025 8:15 PM

views 33

নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বার্ষিকী উপলক্ষে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শ্ৰদ্ধাঞ্জলি

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংবিধান সদনৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বার্ষিকী উপলক্ষে মহান নেতাগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলা, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গে আৰু আন আন নেতাসকলেও শ্রদ্ধা জনায়। প্রধানমন্ত্রী মোদীয়ে অনুষ্ঠানত উপস্থিত থকা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। শ্ৰী মোদীয়ে ভাষণ প্ৰসংগত কয় যে, কেন্দ্ৰীয় চৰকাৰে যোগান ধৰা এহেজাৰ দুশৰো অধিক...