May 21, 2024 11:22 AM

views 50

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুদিনীয়া বিহাৰ ভ্ৰমণসূচীৰে পাটনাত উপস্থিত

বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী দুদিনীয়া বিহাৰ ভ্ৰমণসূচীৰে কালি সন্ধিয়া পাটনাত উপস্থিত হয়। চহৰখনত উপস্থিত হোৱাৰ পাছত শ্ৰীমোদীয়ে কিছুদিন পূর্বে মৃত্যু হোৱা জ্যেষ্ঠ বিজেপি নেতা তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুশীল কুমাৰ মোদীৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে পাটনাৰ ৰাজেন্দ্ৰ নগৰত থকা সুশীল কুমাৰ মোদীৰ বাসভৱনলৈ গৈ পৰিয়ালৰ লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। সূত্ৰসমূহে প্ৰকাশ কৰা মতে শ্রীমোদীয়ে দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়লৈ গৈ দলীয় নেতা-কৰ্মীসকলৰ সৈতে বৈঠকত মি...