June 7, 2026 11:48 AM

views 25

প্রধানমন্ত্রী আবাস যোজনাৰ দ্বিতীয় সংস্কৰণ’ৰ অধীনত ১৬,৮১০টা ঘৰৰ অসম চৰকাৰৰ অনুমোদন লাভ

চাহ শ্রমিকক প্রধানমন্ত্রী আবাস যোজনাৰ গৃহ প্ৰদানৰ প্ৰস্তুতি চলাই থকা অসম চৰকাৰে শেহতীয়াকৈ কেন্দ্ৰৰ পৰা প্রধানমন্ত্রী আবাস যোজনাৰ দ্বিতীয় সংস্কৰণ'ৰ অধীনত ১৬৮১০টা ঘৰৰ অনুমোদন লাভ কৰিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই তথ্য প্রকাশ কৰিছে। উল্লেখযোগ্য যে বৰ্ষত কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ দ্বিতীয় সংস্কৰণৰ অধীনত ১৬ ৮১০ টা গৃহৰ অনুমোদন জনায়।