August 12, 2026 8:22 PM

views 22

হাৰিয়ালী অমাৱস্যা উৎসৱৰ সৈতে সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত ৫০ হাজাৰৰো অধিক গছপুলি ৰোপণ

ভাল বৰষুণ আৰু অধিক শস্য উৎপাদনৰ বাবে ভগৱানৰ পৰা আশীষ বিচাৰি পালন কৰা হাৰিয়ালী অমাৱস্যা উৎসৱৰ সৈতে সংগতি ৰাখি আজি দেশৰ বিভিন্ন প্ৰান্তত ৩১খন ৰাজ্যত ৫০ হাজাৰৰো অধিক গছপুলি ৰোপণ কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ তথা গ্রামোন্নয়ন দপ্তৰৰ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বিকাশ মিত্ৰ সহযোগত এই গছপুলি ৰোপণ অভিযানত নেতৃত্ব দিয়ে। এই অভিযানে প্রধানমন্ত্রী নবেন্দ্ৰ মোদীৰ মাতৃৰ নামত এজোপা গছ উদ্যমক গতি প্ৰদান কৰিব। এই উপলক্ষে মন্ত্রী শিৱৰাজ সিং চৌহানে কয়, যে হাবিয়ালি অমাৱস্যা কেৱল এটা ধৰ্মীয় উপলক্ষ নহয়...