July 9, 2024 12:10 PM

views 38

ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ’বঃ পীযূষ হাজৰিকা

ৰাজ্যত চলিত বছৰতে ২০৬ কিলোমিটাৰৰ নতুন মথাউৰি নিৰ্মাণ কৰা হ'ব। দিছপুৰত কালি অনুষ্ঠিত জলসম্পদ বিভাগৰ এখন গুৰুত্বপূর্ণ বৈঠকত বিভাগীয় মন্ত্রী পীযূষ হাজৰিকাই এই সন্দৰ্ভত অনুমোদন পোৱা বুলি প্ৰকাশ কৰে। জলসম্পদ বিভাগৰ মুখ্য অভিযন্তাসকল উপস্থিত থকা এই বৈঠকত শেহতীয়াকৈ বানত ছিগা আৰু ক্ষতিগ্রস্ত মথাউৰিসমূহ খৰতকীয়াকৈ মেৰামতি কৰাৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। এই বৈঠকত প্ৰতিটো সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাসকলেও টেলিফোনযোগে অংশগ্ৰহণ কৰে। মন্ত্ৰী হাজৰিকাই পানী শুকোৱাৰ লগে লগে ছিগা মথাউৰিসমূহৰ শীঘ্ৰে মেৰামতি...