September 1, 2024 12:32 PM

views 27

খানাপাৰাত কাইলৈ ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্র প্রদান কাৰ্যসূচী

খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কাইলৈ ২৩,৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ ঠিকাভিত্তিক শিক্ষকক স্থায়ী নিযুক্তি পত্র প্রদান কৰা হ'ব। নিযুক্তি পত্র প্রদান অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তি লক্ষ্যৰ অংশ হিচাপে এই নিযুক্তি সমাৰোহে বিশেষ তাৎপর্য বহন কৰিছে। কিয়নো যোৱা ২৬ আগষ্ট পর্যন্ত ৰাজ্য চৰকাৰে এক লাখ ৩৮৯ গৰাকী লোকক বিভিন্ন ক্ষেত্ৰত নিযুক্তি দিছে। কাইলৈ ২৩ হাজাৰ ৯৫৬ গৰাকী শিক্ষকক স্থায়ী নি...