July 30, 2024 8:34 PM

views 36

পেৰিছ অলিম্পিকৰ মহিলা টেবুল টেনিছৰ একক শাখাত মনিকা বাট্ৰা প্ৰি-কোৱাৰ্টাৰ ফাইনেলত

পেৰিছ অলিম্পিকৰ মহিলা টেবুল টেনিছৰ একক শাখাৰ তৃতীয় ৰাউণ্ডত ভাৰতীয় পেডলাৰ মনিকা বাট্ৰাই ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আনহাতে ৰয়িঙৰ পুৰুষৰ ছিংগলছৰ স্কালছ শিতানত ভাৰতৰ বলৰাজ পানৱাৰে চতুৰ্থখন কোৱাৰ্টাৰ ফাইনেলত প্ৰতিদ্বন্দ্বিতা কৰি পঞ্চম স্থানতে থমকি প্রতিযোগিতাৰ পৰৱৰ্তী পৰ্যায়ৰ পৰা বাদ পৰিছে। ভাৰতীয় পুৰুষৰ হকী দল পুল-বিৰ এখন মেচত আয়াৰলেণ্ডৰ বিৰুদ্ধে ২-০ গ’লত জয়লাভ কৰিছে। ভাৰতীয় হকী দলটোৱে কালি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ড্র খেলাৰ লগতে গ্ৰুপ পৰ্যায়ৰ প্ৰ...