April 24, 2025 8:33 PM

views 17

সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ টাগে হালিয়াঙৰ নশ্বৰ দেহ নিজ গৃহত

পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত মৃত্যু হোৱা অৰুণাচল প্ৰদেশৰ বায়ুসেনাৰ জোৱান টাগে হালিয়াঙৰ নশ্বৰ দেহ আজি পুৱা তেওঁৰ গৃহ চহৰ নামনি সোঁৱণশিৰি জিলাৰ জিৰলৈ লৈ যোৱা হয়। অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খান্দুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এয়া এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি কয় যে এই দুখৰ সময়ত ৰাজ্যখনৰ জনসাধাৰণ শোকসন্তপ্ত পৰিয়ালৰ সৈতে আছে। শ্রীখান্দুৱে নিহত জোৱানজনৰ পৰিয়ালৰ এগৰাকী সদস্যক চৰকাৰী চাকৰি, ৫০ লাখ টকাৰ বিত্তীয় সাহায্য আৰু তেওঁৰ গাঁৱত এটা স্থায়ী স্মাৰক নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে। কা...