March 28, 2025 6:58 PM

views 27

ৰাজ্যসভাত আজি ৰামজি লাল সুমনৰ মন্তব্যক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিস্থিতিৰ উদ্ভৱ

ৰাজ্যসভাত আজি সমাজবাদী পাৰ্টীৰ সাংসদ ৰামজি লাল সুমনৰ মন্তব্যক কেন্দ্ৰ কৰি হুলস্থূলীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱাত সভা স্থগিত ৰাখিবলগীয়া হয়। সাংসদগৰাকীয়ে ষোড়শ শতিকাৰ মেৱাৰৰ শাসনকর্তা ৰানা ছাংগাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ প্ৰতিবাদত শাসকীয় পক্ষৰ সদস্যসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। আজি পুৱা দিনটোৰ বাবে সদন মিলিত হোৱাৰ সময়তে শাসক পক্ষৰ সাংসদসকলে বিষয়টো উত্থাপন কৰি সমাজবাদী পাৰ্টীৰ সদস্যগৰাকীৰ ক্ষমা প্রার্থনাৰ বাবে দাবী জনায়। ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে কয়, যে ৰাষ্ট্ৰৰ মহ...