June 7, 2024 11:47 AM

views 30

সংসদ ভৱনৰ চৌহদত দেশৰ মহান নেতা আৰু মুক্তি যুঁজাৰুৰ প্ৰতিমূৰ্তি স্থাপন

লোকসভা সচিবালয়ে সংসদ ভৱনৰ চৌহদত প্ৰেৰণা স্থল বিকশাই তুলিছে য'ত দেশৰ মহান নেতা আৰু মুক্তি যুঁজাৰুসকলৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। পূৰ্বে এই প্ৰতিমূৰ্তিসমূহ চৌহদৰ বিভিন্ন স্থানত আছিল। সচিবালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই প্ৰেৰণা স্থল এনেদৰে বিকশাই তোলা হৈছে যাতে সংসদ ভৱন চৌহদলৈ অহা দৰ্শকসকলে এই মহান নেতাসকলৰ প্ৰতিমূৰ্তি সহজে দেখা পায় আৰু তেওঁলোকৰ জীৱন আৰু দৰ্শনৰ দ্বাৰা অনুপ্ৰাণিত হ'ব পাৰে। সচিবালয়ে জনোৱা মতে, চৌহদৰ বিভিন্ন স্থানত থকা বাবে দর্শকসকলে প্রতিমূর্তিসমূহ চোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হৈছ...