August 11, 2025 9:16 PM

views 22

মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়ক, মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক ২০২৫ত ৰাজ্যসভাৰ অনুমোদন

ৰাজ্যসভাই আজি মণিপুৰৰ ২০২৫-২৬ বৰ্ষৰ সাধাৰণ বাজেট আৰু বিনিয়োজন বিধেয়কৰ লগতে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ সংশোধনী বিধেয়ক ২০২৫ত অনুমোদন জনায়। ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খাৰ্গে আজি বিৰোধী সাংসদসকলে সংসদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ শোভাযাত্ৰা উলিওৱা ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ বিষয়টো উচ্চ সদনত উত্থাপন কৰে। সংবাদ সংস্থাৰ বাতৰি অনুসৰি আজি আগবেলা এই শোভাযাত্ৰা উলিওৱাৰ সময়ত আৰক্ষীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, সাংসদ প্ৰিয়ংকা গান্ধী, কংগ্ৰেছ নেতা মল্লিকার্জুন খাৰ্গে আৰু জয়ৰাম ৰমে...