January 19, 2026 12:43 PM

views 31

পৰীক্ষা পে’ চর্চা শীর্ষক কাৰ্যসূচীৰ বাবে নলবাৰী জিলাৰ বৰক্ষেত্ৰী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুমলয় বর্মন নির্বাচিত

প্ৰধানমন্ত্ৰীৰ পৰীক্ষা পে' চর্চা শীর্ষক কাৰ্যসূচীৰ বাবে নলবাৰী জিলাৰ বৰক্ষেত্ৰী আদর্শ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ মৃদুমলয় বর্মনক নির্বাচিত কৰা হৈছে। তেওঁ প্রধানমন্ত্রীৰ সৈতে প্রত্যক্ষভাৱে প্রশ্নোত্তৰ শিতানত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব। ছাত্ৰগৰাকীয়ে এই কাৰ্যসূচীত ভাগ লোৱাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ ৰাওনা হ'ব। উল্লেখযোগ্য যে, মৃদুমলয় বর্মনে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰৰ তিনিটা ভিন্ন পর্যায় অতিক্রম কৰি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। তেওঁ এই কাৰ্যসূচীত অংশগ্ৰহণৰ সুযোগ পোৱা অসমৰ একমা...