May 20, 2024 1:01 PM

views 56

পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ত নিছাদ কুমাৰ আৰু প্ৰীতি পলৰ পদক অৰ্জন

জাপানৰ ক’বেত অনুষ্ঠিত পেৰা এথলেটিকছ বিশ্ব চেম্পিয়নশ্বিপ-২০২৪ৰ তৃতীয় দিনা কালি ভাৰতৰ নিছাদ কুমাৰে ৰূপৰ পদক আৰু প্ৰীতি পলে ব্ৰঞ্জৰ পদক লাভ কৰিছে। নিছাদ কুমাৰে পুৰুষৰ হাই জাম্প T47 শাখাত ফাইনেলত এক দশমিক ৯-৯ মিটাৰৰ আকৰ্ষণীয় প্রদর্শনেৰে ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হয়। আনহাতে প্রীতি পলে মহিলাৰ ২০০ মিটাৰ T35 শাখাত ব্ৰঞ্জৰ পদক লাভ কৰি ভাৰতৰ পদকৰ সংখ্যা দুটালৈ বৃদ্ধি কৰে। আজি দিপ্তী জিৱানজী মহিলাৰ ৪০০ মিটাৰ T20 শাখাৰ ফাইনেলত অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে, পেৰিছ ২০২৪ পেৰা অলিম্পিক গেমছৰ কোৱালিফায়াৰৰ বাব...