March 20, 2025 8:14 PM

views 33

নতুন দিল্লীত খেল’ ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ উদ্বোধন ড° মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামত খেল' ইণ্ডিয়া পেৰা গেমছৰ দ্বিতীয় সংস্কৰণ উদ্বোধন কৰে। এই ক্রীড়া প্রতিযোগিতা ৰাষ্ট্ৰীয় ৰাজধানীখনৰ তিনিটা স্থানত আয়োজন কৰা হ'ব। তেৰশতকৈও অধিক পেৰা এথলীটে মুঠ ছটা ক্রীড়া শিতানত অংগ্ৰহণ কৰিব। আজি পুৱা ইন্দিৰা গান্ধী ষ্টেডিয়ামত বেডমিণ্টন প্রতিযোগিতা অনুষ্ঠিত হয়। জৱাহৰলাল নেহৰু ষ্টেডিয়ামত কাইলৈৰ পৰা পেৰা এথলেটিকছ্ প্রতিযোগিতাসমূহ আৰম্ভ হ'ব। একেদৰে শনিবাৰৰ পৰা পেৰা আৰ্চাৰী আৰু দেওবাৰৰ পৰ...