May 16, 2025 7:48 PM

views 35

পাপুৱা নিউগিনিত পলিঅ’ৰ প্রাদুর্ভাৱ হোৱা বুলি বিশ্ব স্বাস্থ্য সংস্থাৰ ঘোষণা

বিশ্ব স্বাস্থ্য সংস্থাই পাপুৱা নিউগিনিত পলিঅ'ৰ প্রাদুর্ভাব হোৱা বুলি ঘোষণা কৰাৰ লগতে শীঘ্ৰে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে। উল্লেখযোগ্য যে, দেশখনৰ উত্তৰ-পূৰ্বাঞ্চলৰ উপকূলীয় মহানগৰ লাইত চলোৱা নিয়মীয়া পৰীক্ষণৰ সময়ত সুস্থ-সবল শিশুৰ দেহত অতি সংক্ৰামক এই ভাইৰাছ বিধৰ উপস্থিতি ধৰা পৰে ৷ পলিঅ' ভাইৰাছৰ জৰিয়তে বিয়পা এই ৰোগ সংক্ৰমিত ব্যক্তিৰ শৌচ তথা কাহ আৰু হাচিৰ জৰিয়তেও বিয়পে। এই ভাইৰাছবিধে সাধাৰণতে ৫ বছৰৰ তলৰ শিশুক আক্রমন কৰে। পলিঅ' নিৰ্মূল কৰাৰ বাবে বিশ্বজুৰি চলি থকা প্ৰচেষ্টাৰ ...