January 21, 2025 7:10 PM

views 20

আই আই টি গুৱাহাটীত ‘পেন আই আই টি ৱৰ্ল্ড অৱ টেকন’লজি মীট-২০২৫’

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, আই আই টি গুৱাহাটীত আজি ‘পেন আই আই টি ৱৰ্ল্ড অৱ টেকন'লজি মীট, ২০২৫' শীর্ষক অনুষ্ঠান অনুষ্ঠিত হৈছে। প্ৰতিষ্ঠানটোৰ প্ৰাক্তন শিক্ষাৰ্থীসকলৰ প্ৰচেষ্টাত প্রযুক্তিবিদ্যা সম্পৰ্কীয় এই সন্মিলনখন আজি পুৱা ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি এছ কোটাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানত জল, স্বাস্থ্য, শক্তি, শিক্ষা, জীৱিকা আৰু বহনক্ষমতাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰি গ্ৰামাঞ্চলৰ বিকাশত প্ৰযুক্তিৰ ভূমিকাত আলোকপাত কৰা হয়। আই আই টি, গুৱাহাটীৰ সঞ্চালক অধ্যাপক দেৱেন্দ্ৰ জালিহালে উ...