July 19, 2026 7:32 PM

views 4

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী অতুল বৰাই গোলাঘাটত হিতাধিকাৰীসকলক অনুদান পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰে

প্রধানমন্ত্রী অনুসূচিত জাতি অভ্যুদয় যোজনাৰ অধীনত আজি গোলাঘাটত আয়োজিত অনুষ্ঠানত হিতাধিকাৰীসকলক অনুদান পত্ৰ বিতৰণৰ শুভাৰম্ভ কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্রী অতুল বৰাই আজি এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। জিলাখনৰ ৩৩৪ টা অনুসূচিত জাতিৰ আত্মসহায়ক গোট আৰু ৪৮ গৰাকী অনুসূচিত জাতিৰ সদস্যাক এই আঁচনিৰ বাবে বাচনি কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে কয়, যে অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অধীনত অনুসূচিত জাতি আৰু পিছপৰা শ্ৰেণী সঞ্চালকালয়ে অসম ৰাজ্যিক গ্রামীন জীৱিকা অভিযানৰ জৰিয়তে...