May 8, 2025 11:29 AM

views 47

ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণ সম্পন্ন, ৫৬.৭১ শতাংশ ভোটদান

মধ্য আৰু নামনি অসমৰ ১৩ খন জিলাত পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ কালি শান্তিপূর্ণভাৱে আৰু নিয়াৰিকৈ সম্পন্ন হয়। যোৱানিশালৈকে লাভ কৰা তথ্য অনুসৰি জিলাকেইখনত ৫৬ দশমিক ৭ – ১ শতাংশৰো অধিক ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে। অৱশ্যে ৰাজ্যিক নির্বাচন আয়োগে ভোটদানৰ সামগ্রিক হাৰৰ চূড়ান্ত তথ্য এতিয়াও প্ৰকাশ কৰা নাই। কালি অন্তিম পৰ্যায়ত ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও আৰু দৰং জিলাত ভোটগ্রহণ ...