June 8, 2026 11:54 AM

views 25

পখিলা লেকথেপীক ২০২৬ বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে সন্মানিত

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে অহা ২৩ জুনত ২০২৬ বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ ৬৫ গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত প্ৰথম পৰ্যায়ত ৬৬গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ যোগেশ দেউৰী, নুৰুদ্দিন আহমেদ, পখিলা লেকথেপী আৰু মৰণোত্তৰভাৱে কবিন্দ্ৰ পুৰুকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব । বিশিষ্ট কণ্ঠশিল্পী পখিলা লেকথেপীক কলা শিতানলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে এইবেলি পদ্মশ্ৰী সন্মানে...