May 5, 2025 8:38 PM

views 38

পদ্মশ্ৰী বঁটা বিজয়ী কে বি ৰাৱিয়াৰ বিয়োগত প্রধানমন্ত্ৰী মোদীৰ গভীৰ শোকপ্রকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্মশ্ৰী বঁটা বিজয়ী কে বি ৰাৱিয়াৰ বিয়োগত গভীৰ শোকপ্রকাশ কৰিছে। সামাজিক মাধ্যমযোগে শ্রীমোদীয়ে কয়, যে সাক্ষৰতা বৃদ্ধিৰ ক্ষেত্ৰত কে ভি ৰাৱিয়াৰ অগ্ৰণী কাৰ্য সদায় স্মৰণীয় হৈ থাকিব। প্রধানমন্ত্রীয়ে লগতে কয় যে, তেওঁক সাহস আৰু দৃঢ়তা বিশেষকৈ তেওঁ পলিঅ'ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ধৰণটোও অতি প্ৰেৰণাদায়ক।