July 17, 2025 1:07 PM

views 33

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮-২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব

বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্য মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অহা ১৮ৰ পৰা ২৫ জুলাইলৈ দক্ষিণ আফ্রিকা ভ্ৰমণ কৰিব। ভ্ৰমণৰ প্ৰথম পৰ্যায়ত ১৮ৰ পৰা ২২ জুলাইলৈ তেওঁ ইশ্বাতিনী আৰু লেচ’থ’ দেশ দুখন ভ্রমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ইশ্বাতিনীৰ ৰজা মাশ্বাতি তিনি আৰু দেশখনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিব। তেওঁ লগতে ইশ্বাতিনীৰ বিদেশমন্ত্ৰীৰ সৈতে পাৰস্পৰিক স্বার্থজড়িত বিষয়ত বৈঠকত মিলিত হোৱাৰ লগতে দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰিব। এই ভ্রমণকালত বাণিজ্য আৰু বিনিয়োগ, সক্ষমতা বিকাশ, উন্নয়ন সহযোগিতা, দক্ষতা নিৰ...